பொருள் : খেতিৰ ফচল বৃদ্ধি হʼবৰ কাৰণে খেতিত দিয়া গেলা-পচা বস্তুৰে প্রস্তুত কৰা পদার্থ ্ বা কৃত্রিম পদার্থ
எடுத்துக்காட்டு :
খেতিত সাৰ প্রয়োগ কৰিলে তাৰ উর্বৰ্া শক্তি বৃদ্ধি হয়
பொருள் : কোনো পদার্থ আদিৰ বাস্তৱিক বা প্রধান অংশ
எடுத்துக்காட்டு :
এই অধ্যায়টোৰ সাৰ এইটোৱেই যে আমি সদায় সঁ্চা কথা কোৱা উচিত
ஒத்த சொற்கள் : তত্ত্ব, শ্রেষ্ঠাংশ, সাৰ তত্ত্ব, সাৰ বস্তু