பொருள் : সাৱধান কৰিবৰ কাৰণে প্রথমৰ পৰা জাননী দিয়া
எடுத்துக்காட்டு :
বতৰবিজ্ঞান বিভাগে মাছমৰীয়াসকলক সাগৰলৈ নাজাবলৈ সতর্ক্্বাণী শুনালে
ஒத்த சொற்கள் : সতর্ক ্কৰা, সতর্ক্্বাণী শুনা, সাৱধানবাণী শুনা
பொருள் : সাৱধান বা হুচিয়াৰ কৰা
எடுத்துக்காட்டு :
মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক ভুল নকৰিবৰ কাৰণে সদায় সাৱধান কৰি থাকে
ஒத்த சொற்கள் : সকিয়াই থকা