பொருள் : ছটিয়াই দিয়া অৱস্থা বা ভাব
எடுத்துக்காட்டு :
খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
பொருள் : কোনো তৰল পদার্থ ছটিওৱা কার্য
எடுத்துக்காட்டு :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
ஒத்த சொற்கள் : ছটিওৱা
பொருள் : কোনো বস্তু ইফালে-সিফালে পেলোৱা
எடுத்துக்காட்டு :
চিকাৰীয়ে ভৰিৰ তলত দানা ছটিয়াইছে
ஒத்த சொற்கள் : ছটিওৱা
பொருள் : চাৰিওফালে প্রসাৰিত কৰা
எடுத்துக்காட்டு :
খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
ஒத்த சொற்கள் : সিঁচি দিয়া, সিঁচৰতি কৰা
பொருள் : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
எடுத்துக்காட்டு :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
ஒத்த சொற்கள் : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা