பொருள் : সিংহল দ্বীপৰ অধিবাসী
எடுத்துக்காட்டு :
সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে
ஒத்த சொற்கள் : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল
பொருள் : সিংহল দ্বীপৰ ভাষা
எடுத்துக்காட்டு :
শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে
பொருள் : পালি, সিংহলী আদি ভাষা লিখা লিপি
எடுத்துக்காட்டு :
তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে
ஒத்த சொற்கள் : সিংহলী লিপি
பொருள் : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে
ஒத்த சொற்கள் : শ্রীলংকান
பொருள் : সিংহল দ্বীপত থকা
எடுத்துக்காட்டு :
বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল
பொருள் : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ
எடுத்துக்காட்டு :
মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ