பொருள் : সিন্ধু প্রদেশৰ অধিবাসী
எடுத்துக்காட்டு :
এই নগৰখনৰ অর্থব্যৱস্থাত সিন্ধীসকলৰ বহুত ডাঙৰ অৱদান আছে
பொருள் : যি লিপিত সিন্ধী ভাষা লিখা হয়
எடுத்துக்காட்டு :
শ্রদ্ধাই সিন্ধী পঢ়িব পাৰে
ஒத்த சொற்கள் : সিন্ধী লিপি
பொருள் : সিন্ধুৰ ভাষা
எடுத்துக்காட்டு :
ৰাজ্য চৰকাৰ সিন্ধী আৰু ্উর্দুৰ বিকাশৰ কাৰণে সচেতন
ஒத்த சொற்கள் : সিন্ধী ভাষা, সিন্ধী-ভাষা
பொருள் : সিন্ধু প্রদেশত বসতি কৰোতা
எடுத்துக்காட்டு :
উল্হাস নগৰত থকা সিন্ধী লোকৰ ইউ এছ এ নামৰ এটা সংগঠন আছে
ஒத்த சொற்கள் : সিন্ধী বাসী, সিন্ধীবাসী
பொருள் : সিন্ধী ভাষাৰ সৈতে সম্বন্ধিত বা সিন্ধী ভাষাৰ
எடுத்துக்காட்டு :
তেওঁ নিজৰ সিন্ধী গ্রন্থৰ ইংৰাজীলৈ অনুবাদ কৰি আছে