பொருள் : ৰজা জনকৰ পুত্রী তথা ৰামৰ পত্নী
எடுத்துக்காட்டு :
সীতা এগৰাকী ্আদর্শ পত্নী আছিল সীতাক জগত জননী জগদম্বাৰ ৰূপ বুলি ধৰা হয়
ஒத்த சொற்கள் : জনকনন্দিনী, জানকী, বৈদেহী, ভূপুত্রী, মৈথিলী
பொருள் : হালবোৱাৰ সময়ত নাঙলৰ ফালে সৃষ্টি কৰা ৰেখা বিশেষ
எடுத்துக்காட்டு :
কৃষকে সীৰলুত বীজৰোপণ কৰি আছে
ஒத்த சொற்கள் : সীৰলু