உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়
எடுத்துக்காட்டு : আপোনাৰ সংগই মোৰ বাবে আনন্দ
ஒத்த சொற்கள் : আনন্দ, প্রসন্নতা, হর্ষ, ্আনন্দদায়ক
பொருள் : যিয়ে আনন্দ প্রদান কৰে
எடுத்துக்காட்டு : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
ஒத்த சொற்கள் : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, ৰমণীয়
பொருள் : যিয়ে সকলো সুখ লাভ কৰিছে বা যিজন সুখত থাকে:আমি সকলোৰে সুখী জীৱন কামনা কৰোঁ
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : সুখকাৰক, সুখকৰ, সুখজনক, সুখময়, সুখী
பொருள் : সুখ বা আনন্দ দিওতাঁ
எடுத்துக்காட்டு : আপোনাৰ সান্নিধ্য মোৰ বাবে সুখদায়ক
ஒத்த சொற்கள் : সুখকাৰী, সুখদায়ক, সুখদায়ী, সুখপূর্ণ, সুখী
நிறுவு