பொருள் : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
எடுத்துக்காட்டு :
চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
ஒத்த சொற்கள் : কমলা, কমলা ৰং, সুমথিৰা ৰং
பொருள் : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
எடுத்துக்காட்டு :
কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
ஒத்த சொற்கள் : কমলা, কমলা গছ, সুমথিৰা গছ, সোণতৰা গছ