உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী
எடுத்துக்காட்டு : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে
ஒத்த சொற்கள் : দেৱ, দেৱতা, দৈত্যাৰি
பொருள் : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি
எடுத்துக்காட்டு : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ
ஒத்த சொற்கள் : স্বৰ
பொருள் : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
எடுத்துக்காட்டு : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
ஒத்த சொற்கள் : কণ্ঠ, লয়
பொருள் : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
எடுத்துக்காட்டு : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
ஒத்த சொற்கள் : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সাহসী
நிறுவு