பொருள் : যাক ৰক্ষা কৰা হৈছে
எடுத்துக்காட்டு :
সেনাৰ দ্বাৰা দেশৰ সীমা ভালদৰে সুৰক্ষিত হৈ আছে
ஒத்த சொற்கள் : ৰক্ষিত
பொருள் : যাক ভালদৰে ৰক্ষা কৰা হৈছে
எடுத்துக்காட்டு :
আপোনাৰ লʼৰাটো মোৰ ওচৰত সুৰক্ষিত হৈ আছে
பொருள் : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
எடுத்துக்காட்டு :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
ஒத்த சொற்கள் : নিৰাপদ