பொருள் : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম
எடுத்துக்காட்டு :
তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে
ஒத்த சொற்கள் : পৰি্চর্যা
பொருள் : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য
எடுத்துக்காட்டு :
আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে
பொருள் : নকৰ বা চাকৰৰ কাম
எடுத்துக்காட்டு :
এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো
பொருள் : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি
எடுத்துக்காட்டு :
ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়
பொருள் : ভৰি চুই আদৰপূর্বক অভিবাদন জনোৱা কার্য
எடுத்துக்காட்டு :
তেওঁ গুৰুক ্সেৱা জনালে
ஒத்த சொற்கள் : প্রণাম