பொருள் : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
எடுத்துக்காட்டு :
ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
ஒத்த சொற்கள் : ফৌজ, সেনা, সেনাদল, সেনানী, সেনাবাহিনী
பொருள் : সেনাৰ সমূহ
எடுத்துக்காட்டு :
আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
ஒத்த சொற்கள் : সেনাদল, সেনাবাহিনী