பொருள் : কোনো বস্তু সংকুচিত হৈ পৰিলে হোৱা এক ধৰণৰ গঢ়
எடுத்துக்காட்டு :
কাপোৰৰ কোচ ইস্ত্ৰী কৰি আঁতৰাব পাৰি
ஒத்த சொற்கள் : কোচ
பொருள் : কোনো বস্তুৰ (বিশেষভাৱে কাপোৰ) অত্যধিক ওলট-পালট হোৱাৰ কাৰণে বেয়া হৈ যোৱা
எடுத்துக்காட்டு :
অত্যধিক ওলট-পালট হোৱাৰ কাৰণে এই কাপোৰখন সোত-মোচ খালে