பொருள் : ভিতৰলৈ সোমাই যোৱা কাৰ্য
எடுத்துக்காட்டு :
মাটিত সোমোৱাৰ কাৰণে অট্টালিকাটো সৰি পৰিল
ஒத்த சொற்கள் : পোত যোৱা
பொருள் : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য
எடுத்துக்காட்டு :
এই টেমাটোত সাত কিলো আটা সোমায়
ஒத்த சொற்கள் : ভৰোৱা
பொருள் : ভিতৰলৈ যোৱা
எடுத்துக்காட்டு :
তেওঁ পঢ়িবৰ কাৰণে অধ্যয়ন কক্ষত প্রৱেশ কৰিলে
ஒத்த சொற்கள் : প্রৱেশ কৰা