பொருள் : যি চঞ্চল নহয়
எடுத்துக்காட்டு :
মানুহজন গম্ভীৰ স্বভাৱৰ
ஒத்த சொற்கள் : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ
பொருள் : যʼত তৰঙ্গ উঠি থকা নাই
எடுத்துக்காட்டு :
শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে
ஒத்த சொற்கள் : শান্ত
பொருள் : যʼত কোনো পৰি্ৱর্তন ্বা সাল-সলনি নহয় বা একে স্থিতিতে থকা
எடுத்துக்காட்டு :
কিছুমান বস্তুক স্থিৰ তাপমানত ৰখা হয়
பொருள் : যাৰ চিত্ত স্থিৰ
எடுத்துக்காட்டு :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
ஒத்த சொற்கள் : অচঞ্চল, অমত্ত, প্রশান্ত, শান্ত, স্থিৰচিত্ত