பொருள் : যাৰ অধিকাৰ নাই
எடுத்துக்காட்டு :
ঘৰটোত স্বত্বহীন ব্যক্তি এজনে নিজৰ অধিকাৰ সাব্যস্ত কৰি বহি আছে
ஒத்த சொற்கள் : অধিকাৰহীন
பொருள் : স্বত্বৰ পৰা আঁতৰত
எடுத்துக்காட்டு :
ফুলপাহ মৰহি স্বত্বহীন হৈ পৰিল
பொருள் : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
எடுத்துக்காட்டு :
আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
ஒத்த சொற்கள் : অনধিকাৰ