பொருள் : যাক অনুমতি দিয়া হৈছে
எடுத்துக்காட்டு :
মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ
ஒத்த சொற்கள் : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, অনুমোদিত
பொருள் : যাৰ সহমত লাভ কৰিছে
எடுத்துக்காட்டு :
চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব
ஒத்த சொற்கள் : অনুমোদনপ্রাপ্ত, অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত
பொருள் : যিটো স্বীকাৰ কৰা হৈছে
எடுத்துக்காட்டு :
এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা
ஒத்த சொற்கள் : মান্য
பொருள் : যাৰ কাৰণে স্বীকৃতি লাভ কৰা হৈছে
எடுத்துக்காட்டு :
স্বীকৃত আঁচনিখন এতিয়াও আৰম্ভ হোৱা নাই
ஒத்த சொற்கள் : অনুমতি প্রাপ্ত