உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ
பொருள் : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
ஒத்த சொற்கள் : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, ৰূপ
பொருள் : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম
எடுத்துக்காட்டு : তেওঁ ্ লাজুক স্বভাৱৰ
ஒத்த சொற்கள் : চৰিত্র, প্রকৃতি, মেজাজ, স্বভাৱ
நிறுவு