உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
எடுத்துக்காட்டு : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
ஒத்த சொற்கள் : অনুচ্চ, চাপৰ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন
பொருள் : মাত্রা, আকাৰ, বিস্তাৰ আদিত সীমিত বা বেলেগৰ তুলনাত কম
எடுத்துக்காட்டு : মোৰ ঘৰটো বৰ সৰু শিশুৰ কাৰণে মই এটা অকণমানি খেলনা কিনিব লাগে
ஒத்த சொற்கள் : অকণমানি, অকমানি
பொருள் : সৰু আকাৰ বা অবয়ৱযুক্ত
எடுத்துக்காட்டு : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে
ஒத்த சொற்கள் : বাওনা, বামন
பொருள் : যাৰ জন্ম পিছত হৈছে
எடுத்துக்காட்டு : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল
ஒத்த சொற்கள் : অনুজ, কনিষ্ঠ
பொருள் : দীঘ আৰু প্রস্থত কম
எடுத்துக்காட்டு : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়
ஒத்த சொற்கள் : চেপা, ঠেক
நிறுவு