பொருள் : খোৱা আহাৰ পেটলৈ গৈ শৰীৰত প্রয়োজন হোৱা পদার্থৰ ৰূপত পৰি্ৱর্তন ্হোৱা প্রক্রিয়া
எடுத்துக்காட்டு :
আহাৰ ভালদৰে হজম নোহোৱাৰ কাৰণে কোষ্ঠবদ্ধতা ৰোগ হয়
ஒத்த சொற்கள் : পাচন, পাচন ক্রিয়া
பொருள் : বেইমানী বা অনুচিত ৰীতিৰে অধিকাৰ কৰা
எடுத்துக்காட்டு :
সৰু ভায়েকৰ হজম কৰা ধনে তেওঁক ্নাটিলে