பொருள் : বিচাৰি সন্মুখত ৰখা কার্য
எடுத்துக்காட்டு :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
ஒத்த சொற்கள் : উলিওৱা
பொருள் : নিজৰ হাতলৈ অহা আনৰ কোনো বস্তু নিজৰ ওচৰত ৰাখি থোৱা
எடுத்துக்காட்டு :
শীলাই নিজৰ ননদৰ গহনাখিনি হস্তগত কৰিছে