உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে
எடுத்துக்காட்டு : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে
ஒத்த சொற்கள் : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, গোলমাল, তোলপাৰ, ফুৰুলি, হাই, হাল্লা, হুলদিল, হুলস্থূল, হৈ-চৈ, ৰিঙা-ৰোৱা
பொருள் : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ
எடுத்துக்காட்டு : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে
ஒத்த சொற்கள் : কিৰিলি, কেলকেলনি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাল্লা, হুলস্থূল, হৈ-চৈ
நிறுவு