உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
எடுத்துக்காட்டு : তাৰ হাতত বৰ জোৰ আছে
ஒத்த சொற்கள் : কৰ, পাণি, ভূজ, হস্ত
பொருள் : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
எடுத்துக்காட்டு : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
ஒத்த சொற்கள் : কৰ, হস্ত
பொருள் : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : কৰ, পাণি, হস্ত
பொருள் : মণিবন্ধৰ আগৰ অংশ
எடுத்துக்காட்டு : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
ஒத்த சொற்கள் : কৰ
பொருள் : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
எடுத்துக்காட்டு : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
ஒத்த சொற்கள் : দখল, সামর্থ্য
பொருள் : সা-সঁজুলি আদিৰ ধৰা অংশ
எடுத்துக்காட்டு : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
ஒத்த சொற்கள் : ঠাৰি, মুঠি, হাতোৰা, হেণ্ডেল
நிறுவு