பொருள் : গাত হাত বুলাই দিয়া কাৰ্য বা এক অৱস্থা
எடுத்துக்காட்டு :
হাত বুলোৱাৰ কাৰণে লʼৰাটো শুই গʼল
பொருள் : কোনো বস্তু বা শৰীৰৰ অংগ আদিৰ ওপৰত লাহে-লাহে হাত ফুৰাই দিয়া কার্য
எடுத்துக்காட்டு :
মাকে মৰমতে লʼৰা-ছোৱালীৰ গালত হাত বুলাইছে