பொருள் : জোৰেৰে আঘাত কৰিবৰ কাৰণে নালৰ আগমূৰত লোহা আদি লগাই লোৱা এবিধ হাতৰ সঁজুলি
எடுத்துக்காட்டு :
বনুৱাই হাতুৰিৰে ডাঙৰ শিলটোত মৰিয়াই আছে
ஒத்த சொற்கள் : হামাৰ
பொருள் : মিস্ত্রীয়ে কোনো বস্তু ভাঙিবলৈ, গঢ়িবলৈ, পিটিবলৈ বা টঙনিয়াবলৈ ব্যৱহাৰ কৰা এবিধ্ সঁজুলি:তেওঁ ্ হাতুৰিৰে বেৰখন ভাঙি আছে
எடுத்துக்காட்டு :