பொருள் : ভাৰতৰ উত্তৰ আৰু মধ্য ভাগত কোৱা আৰু দেৱনাগৰী লিপিত লিখা ভাষা বিশেষ
எடுத்துக்காட்டு :
হিন্দী ভাৰতৰ ৰাষ্ট্রভাষা
ஒத்த சொற்கள் : হিন্দী ভাষা
பொருள் : যি বিষয়ত হিন্দী ভাষা আৰু তাৰ সাহিত্য, ব্যাকৰণ আদি অধ্যয়ন কৰা হয়
எடுத்துக்காட்டு :
মই হিন্দীত এশ শতাংশ নম্বৰ লাভ কৰিছোঁ
பொருள் : হিন্দী ভাষাৰ বা হিন্দী ভাষাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
মই হিন্দী চিনেমা চাবলৈ ভাল পাওঁ