பொருள் : দুর্বল আৰু নির্দোষী লোকক আমনি বা অত্যাচাৰ কৰাৰ বাবে তেওঁলোকে মনত পোৱা কষ্ট
எடுத்துக்காட்டு :
নির্দোষী প্রজাৰ হুমুনিয়াহেই অত্যাচাৰী ৰজাৰ বিনাশৰ কাৰণ হʼল
பொருள் : দুখত বা উদাস হৈ থাকিলে লোৱা ঠাণ্ডা শ্বাস
எடுத்துக்காட்டு :
ৰামুৱে হুমুনিয়াহ কাঢ়িলে আৰু ৰামৰ কাহিনী কʼবলৈ ধৰিলে
ஒத்த சொற்கள் : হা-হুমুনিয়াহ