பொருள் : হৃদয় ধক ধক কৰা কার্য
எடுத்துக்காட்டு :
হৰৰ বোলছবি চাই মোৰ হৃদস্পন্দন বাঢ়ি গʼল
ஒத்த சொற்கள் : হৃদ-স্পন্দন, হৃদয় গতি
பொருள் : হৃদয়ৰ স্পন্দন
எடுத்துக்காட்டு :
বাঘটো দেখি চিকাৰীৰ হৃদস্পন্দন তীব্রভাৱে বাঢ়ি গʼল