பொருள் : কোনো কার্যৰ ্বাকী নথকা
எடுத்துக்காட்டு :
আপোনাৰ ভাত খোৱা হʼল নেকি
பொருள் : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা
எடுத்துக்காட்டு :
সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে
ஒத்த சொற்கள் : সমাবেশ হোৱা
பொருள் : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা
எடுத்துக்காட்டு :
এতিয়া গধূলি হʼল মেঘৰ পৰা বৰষুণ হয়
பொருள் : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
எடுத்துக்காட்டு :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
ஒத்த சொற்கள் : থকা, স্থিত হোৱা
பொருள் : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা
எடுத்துக்காட்டு :
মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল
பொருள் : প্রতিৰূপ হোৱা
எடுத்துக்காட்டு :
মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে