பொருள் : আশীৰ লগত তিনি যোগ কৰিলে পোৱা সংখ্যা
எடுத்துக்காட்டு :
তিৰাশীক তিনিৰে বিভাজিত কৰিব পৰা নাযায়
ஒத்த சொற்கள் : তিৰাশী
பொருள் : আশী আৰু তিনি
எடுத்துக்காட்டு :
এই প্রতিযোগিতাত তিৰাশীজন প্রতিযোগীয়ে অংশগ্রহণ কৰিছে
ஒத்த சொற்கள் : চাৰিকুৰি তিনি, তিৰাশীজন