பொருள் : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং-তামাচা, ৰগৰ
பொருள் : কোনো বস্তুক ৰঙীণ কৰিবৰ কাৰণে মানুহে নি্র্মাণ কৰি লোৱা এক ধৰণৰ তৰল ৰাসায়নিক পদার্থ
எடுத்துக்காட்டு :
চকীখনৰ ৰং ভালকৈ নুশুকাওতেই লʼৰাটো সেই চকীখনত বহি দিলে
ஒத்த சொற்கள் : পেইণ্ট
பொருள் : তাচ খেলৰ কোনো গুৰুত্বপূর্ণ ্সময়ত অন্য পাততকৈ অধিক গুৰুত্ব লাভ কৰা বিশেষ পাত
எடுத்துக்காட்டு :
তেওঁ খেলত জিকিবৰ কাৰণে ট্রাম্প কার্ডেৰে চাল খেলিলে
ஒத்த சொற்கள் : ট্রাম্প
பொருள் : চকুৰ জৰিয়তে বোধ জন্মা কোনো বস্তু আদিৰ গুণ
எடுத்துக்காட்டு :
তেওঁ ্বগা বৰণৰ
ஒத்த சொற்கள் : বৰণ