பொருள் : যিজন ব্যক্তিয়ে ৰক্ষা কৰে
எடுத்துக்காட்டு :
দেশৰ ৰক্ষকে নিজৰ প্রাণৰ কথা চিন্তা নকৰি সীমান্তত পহৰা দি থাকে
ஒத்த சொற்கள் : আৰক্ষক, ৰক্ষা কর্তা, ৰখীয়া
பொருள் : যিজনে কাৰোবাক মুক্ত কৰাত সহায় কৰে বা কাৰোবাৰ কষ্ট আদি দূৰ কৰে
எடுத்துக்காட்டு :
আধুনিক সমাজত কিছুমান লোকে ত্রাণকর্তা হোৱাৰ ভাও ধৰে
ஒத்த சொற்கள் : উদ্ধাৰকাৰী, ত্রাণকর্তা
பொருள் : ৰক্ষা কৰোঁতা
எடுத்துக்காட்டு :
মন্ত্রীৰ দেহৰক্ষী সন্ত্রাসবাদীৰ বলি হʼল
ஒத்த சொற்கள் : দেহৰক্ষী, ৰক্ষাকর্তা