பொருள் : অনেক অৱয়বযুক্ত ৰচনা
எடுத்துக்காட்டு :
মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল
ஒத்த சொற்கள் : গঠন
பொருள் : সাহিত্য সম্বন্ধীয় কৃতি
எடுத்துக்காட்டு :
তুলসীদাসৰ ৰামচৰিত মানস বিশ্ব প্রসিদ্ধ সাহিত্য কৃতি
ஒத்த சொற்கள் : সাহিত্য কৃতি, সাহিত্যিক ৰচনা
பொருள் : কোনো সাহিত্যিক কৃতিৰ নি্র্মাণ কৰা
எடுத்துக்காட்டு :
তেওঁ ্এটা নতুন কবিতা ৰচনা কৰিছে