உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়
எடுத்துக்காட்டு : এই শাৰীখন পাট সূতাৰে তৈয়াৰী
ஒத்த சொற்கள் : গুণ, সূতা, সূত্র
பொருள் : সূতা, শন আদিৰে বাটি তৈয়াৰ কৰা এবিধ দীঘলীয়া বস্তু যাক বিশেষকৈ বন্ধা আদি কামত ব্যৱহাৰ কৰা হয়
எடுத்துக்காட்டு : গাঁৱৰ মানুহে চোৰটোক ৰচীৰে বান্ধি পেলালে
ஒத்த சொற்கள் : জৰী, ৰচী
நிறுவு