பொருள் : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ
எடுத்துக்காட்டு :
লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে
ஒத்த சொற்கள் : স্রাৱ
பொருள் : কোনো পদার্থৰ ্সাৰ বা মূল ভাগ
எடுத்துக்காட்டு :
ৰস কেইবাপ্রকাৰৰ আছে
பொருள் : উদ্ভিদ অথবা তাৰ ফুল-পাত আদিত থকা বিশেষ এক ধৰণৰ তৰল পদার্থ ্যাক মোহাৰিলে বা চেপিলে এই তৰল পদার্থ ওলাই আহে
எடுத்துக்காட்டு :
নিম পাতৰ ৰস খালে আৰু ছালত লগালে চর্মৰোগ ভাল হয়