பொருள் : দাইল হিচাপে খোৱা বীজৰ এবিধ মাহজাতীয় গছ
எடுத்துக்காட்டு :
বালি মাটিত ৰহৰ খেতিৰ বাবে উপযোগী
ஒத்த சொற்கள் : ৰহৰ মাহ, ৰহৰ মাহৰ গছ
பொருள் : এবিধ দাইল হিচাপে খোৱা মাহজাতীয় শস্য
எடுத்துக்காட்டு :
এই বছৰ ৰহৰ মাহৰ খেতি ভাল হৈছে
ஒத்த சொற்கள் : ৰহৰ মাহ