பொருள் : বদচাহ সম্বন্ধীয় বা বাদচাহৰ
எடுத்துக்காட்டு :
আমি ৰাজকীয় মহলবোৰ পৰি্দর্শন কৰিলো
பொருள் : ৰজাসকলৰ দৰে
எடுத்துக்காட்டு :
আজিকালিৰ মন্ত্রীসকলৰ জীৱন ৰাজকীয় হয়
பொருள் : ৰজাৰ বা ৰজা সম্বন্ধীয়
எடுத்துக்காட்டு :
এই মহলত ৰাজকীয় বস্তু সংগ্রহিত হৈ আছে
பொருள் : ৰাজ্যৰ সৈতে সম্বন্ধ ৰাখোঁতা
எடுத்துக்காட்டு :
ৰাজকীয় সমস্যাবোৰৰ প্রতি অৱহেলা কৰা অনুচিত
பொருள் : দেশীয় ৰাজ্যৰ লগত সম্বন্ধ ৰাখোতা
எடுத்துக்காட்டு :
বিদ্রোহীয়ে ৰাজকীয় খাজানা লুটিলে