உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ৰজাৰ পত্নী
எடுத்துக்காட்டு : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
ஒத்த சொற்கள் : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী
பொருள் : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মাদৈ
பொருள் : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ
எடுத்துக்காட்டு : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে
ஒத்த சொற்கள் : ওজা, বাদশ্বাহ, মহাৰজা, মহাৰাণী, সম্রাজ্ঞী, সম্রাট, ৰজা
நிறுவு