உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ক্রান্তিবৃত্তত থকা বাৰটা তৰা সমষ্টিৰ প্রত্যেকটো যি কেইটা হৈছে মেষ, বৃষ, মিথুন, কর্কট, সিংহ, কন্যা, তুলা, মকৰ, কুম্ভ আৰু মীন
எடுத்துக்காட்டு : মোৰ ৰাশি কন্যা
பொருள் : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
எடுத்துக்காட்டு : এক কোটি বহুত ডাঙৰ সংখ্যা
ஒத்த சொற்கள் : অংক, অঙ্ক, সংখ্যা
பொருள் : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
எடுத்துக்காட்டு : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
ஒத்த சொற்கள் : গোট, দʼম, সমষ্টি, সমূহ
நிறுவு