பொருள் : যাৰ ব্যৱহাৰ কঠোৰ বা যি কঠোৰ ব্যৱহাৰ কৰে
எடுத்துக்காட்டு :
আমাৰ প্রধান শিক্ষকজন বৰ ৰুক্ষ, তেওঁ সকলো শিশুৰ লগতে কঠোৰ ব্যৱহাৰ কৰে
ஒத்த சொற்கள் : কঠোৰ ব্যৱহাৰ, ৰুক্ষ ব্যৱহাৰ
பொருள் : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু
எடுத்துக்காட்டு :
খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে
ஒத்த சொற்கள் : শুকান