உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
எடுத்துக்காட்டு : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
ஒத்த சொற்கள் : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ
பொருள் : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)
எடுத்துக்காட்டு : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে
ஒத்த சொற்கள் : আকৃতি, ৰচনা
பொருள் : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
எடுத்துக்காட்டு : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ஒத்த சொற்கள் : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত
பொருள் : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু
எடுத்துக்காட்டு : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল
ஒத்த சொற்கள் : ৰজত, ৰূপা
பொருள் : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ
பொருள் : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক
எடுத்துக்காட்டு : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ
பொருள் : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়
எடுத்துக்காட்டு : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ
பொருள் : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
எடுத்துக்காட்டு : তেওঁৰ ্ কান্তি নিৰুপম
ஒத்த சொற்கள் : কান্তি, সৌন্দর্য
நிறுவு