பொருள் : বঞ্চিত হোৱা
எடுத்துக்காட்டு :
সন্তোষে নিজ পিতৃৰ অন্তিম ্দর্শন কৰিবলৈ থাকি গʼল
ஒத்த சொற்கள் : থাকি যোৱা
பொருள் : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
எடுத்துக்காட்டு :
বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
ஒத்த சொற்கள் : থাকি যোৱা
பொருள் : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
எடுத்துக்காட்டு :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
ஒத்த சொற்கள் : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা
பொருள் : কোনো বিশেষ কাৰণত কোনো কাম নোহোৱাকৈ থাকি যোৱা
எடுத்துக்காட்டு :
পৰীক্ষাত মোৰ দুটা প্রশ্ন ৰৈ গʼল
ஒத்த சொற்கள் : বাদ পৰিল
பொருள் : বাকী থাকি যোৱা
எடுத்துக்காட்டு :
ভালে কেইবাৰ ঘঁহি ্ঘঁহি ধোৱাৰ পিছতো এই দাগটো ৰৈ গʼল