গোলাপী ৰং (বিশেষ্য)
গোলাপ ফুলৰ নিচিনা এক ৰং
তুলনাহীন (বিশেষণ)
যিটো তুলনীয় নহয়
কলা (বিশেষ্য)
কোনো কাম ভালকৈ কৰাৰ কৌশল, বিশেষকৈ এনেকুৱা কাম যাক সম্পাদন কৰিবলৈ জ্ঞানৰ উপৰি কৌশল আৰু অভ্যাসৰ আৱশ্যক হয়
গোলপীয়া (বিশেষ্য)
গোলাপ ফুলৰ নিচিনা এক ৰং
আর্ট (বিশেষ্য)
কোনো কাম ভালকৈ কৰাৰ কৌশল, বিশেষকৈ এনেকুৱা কাম যাক সম্পাদন কৰিবলৈ জ্ঞানৰ উপৰি কৌশল আৰু অভ্যাসৰ আৱশ্যক হয়
অগ্রিম মূল্য (বিশেষ্য)
কোনো কাম কৰাবলৈ বা কোনো বস্তু কিনিবলৈ নিশ্চিত বন্দোৱস্তৰ আগতে দিয়া পাৰিশ্রমিক, মূল্য আদিৰ অংশ
বনৰী (বিশেষ্য)
ধন লৈ সম্ভোগ কৰোৱা নাৰী
অৱগুণ্ঠন (বিশেষ্য)
মূৰৰ ওপৰত আঁচল লৈ মুখ ঢকা কার্য
গ্লানি (বিশেষ্য)
কোনো উচিত, আৱশ্যক বা ভাললগা কথা নোহোৱাৰ কাৰণে মনত হোৱা দুখ
চন্দ্র (বিশেষ্য)
পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ