পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উত্তেজিত কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উত্তেজিত কৰা   ক্ৰিয়া

অর্থ : * এনে কিবা কৰা যাৰ দ্বাৰা উত্তেজনা আহে

উদাহরণ : গায়কে নিজৰ জোৰদাৰ গীতেৰে শ্রোতাক উত্তেজিত কৰিছিল

অর্থ : কাৰোবাক উত্তেজিত কৰি তোলা কার্য

উদাহরণ : ৰামুৱে মোক উচটোৱাত মই শ্যামৰ সৈতে কাজিয়া লাগি ্গʼলোঁ

সমার্থক : উচটোৱা