অর্থ : নি্র্বাহ কৰা বা অতিবাহিত কৰা
উদাহরণ :
তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
সমার্থক : অতিবাহিত কৰা, নি্র্বাহ কৰা, পাৰ কৰা
অর্থ : পাৰ হোৱা বা ব্যতিত হোৱা
উদাহরণ :
মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
সমার্থক : অতিবাহিত কৰা, পাৰ কৰা