পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কথা পাহৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কথা পাহৰা   বিশেষ্য

অর্থ : প্রায়েই পাহৰি থকা ব্যক্তি

উদাহরণ : ৰাম এটা ডাঙৰ কথা পাহৰা, সি সদায় কিবা নহয় কিবা পাহৰি যায়

সমার্থক : কথা-পাহৰা

কথা পাহৰা   ক্ৰিয়া

অর্থ : বৃদ্ধাৱস্থাৰ কাৰণে বুদ্ধিয়ে ভালদৰে কাম নকৰা

উদাহরণ : কিছুমান লোকৰ বৃদ্ধাৱস্থাত স্মৃতিভ্ৰংশ হয়

সমার্থক : স্মৃতিভ্ৰংশ হোৱা

কথা পাহৰা   বিশেষণ

অর্থ : যাৰ পাহৰি থকাটোৱেই স্বভাৱ

উদাহরণ : প্ৰতিমাই সৰুকালৰ পৰাই কথা পাহৰা স্বভাৱ আছে