সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শুকান ঘাঁহ আদিৰ টুকুৰা
উদাহরণ : চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
সমার্থক : খেৰ-কুটা
অর্থ : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
উদাহরণ : মোৰ চকুত কুটা সোমাইছে
অর্থ : খুন্দা বা কুটাৰ কার্য
উদাহরণ : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে
সমার্থক : খুন্দা, বনা
অর্থ : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
উদাহরণ : মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
সমার্থক : কুটি থকা
অর্থ : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
উদাহরণ : উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
সমার্থক : কুটি খোৱা
অর্থ : কুটি থোৱা
উদাহরণ : কুটা মাংসৰ পৰা কেইবা প্রকাৰৰো ব্যঞ্জন তৈয়াৰ কৰিব পাৰি
ইনস্টল