অর্থ : শ্বেতাংগসকলে গণ্য কৰা আফ্রিকা, এছিয়া আদি দেশৰ ব্যক্তি
উদাহরণ :
এই কৃষ্ণাংগসকলৰ ওপৰত কিমানদিনলৈনো অত্যাচাৰ চলিব !
সমার্থক : কৃষ্ণাঙ্গ
অর্থ : যিটো অত্যধিক বা বহুত কʼলা
উদাহরণ :
কʼলা-মʼলা মানুহ দেখিলে শিশুৱে ভয় খায়
সমার্থক : কʼলা-মʼলা, কৃষ্ণ বর্ণ, কেতু-কʼলা