অর্থ : হিচাপৰ কেঁ্চা চিঠা
উদাহরণ :
তেওঁ হিচাপ কৰাৰ পিছত খচৰাখন ফালি পেলালে
অর্থ : হাতেৰে লিখা পুস্তক বা দস্তাবেজ
উদাহরণ :
সংগ্রহালয়ত বহুত প্রাচীন পাণ্ডুলিপি আছে
সমার্থক : পাণ্ডুলিপি, পাণ্ডুলেখ
অর্থ : কাটি-কুটি শুদ্ধ কৰিব পৰা লিখনিৰ পূর্ব ৰূপ
উদাহরণ :
মন্ত্রীমহোদয়ৰ ভাষণৰ খচৰা তৈয়াৰ হৈ আছে
সমার্থক : পাণ্ডুলেখ