সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
উদাহরণ : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
সমার্থক : ছিঙা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
অর্থ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
উদাহরণ : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
সমার্থক : ভঙা
ইনস্টল